ৰূপান্তৰ
দানৱবোৰে যেতিয়া ক্ৰুৰতাৰ সৈতে
কংক্ৰিটৰ দেৱাল ফালি
তাণ্ডৱ নৃত্য কৰে
আমাৰ অৱয়ববোৰ গলি
জুলীয়া হৈ
মানৱতা চিপ লৈ মৰে
আৰু
তেতিয়াই ক্ৰমশঃ আমি
নিজ বিবেক গচকি
একো একোজন
দানৱলৈ ৰূপান্তৰ হওঁ
✍ খন্দকাৰ জাহাঙ্গীৰ আলম
দানৱবোৰে যেতিয়া ক্ৰুৰতাৰ সৈতে
কংক্ৰিটৰ দেৱাল ফালি
তাণ্ডৱ নৃত্য কৰে
আমাৰ অৱয়ববোৰ গলি
জুলীয়া হৈ
মানৱতা চিপ লৈ মৰে
আৰু
তেতিয়াই ক্ৰমশঃ আমি
নিজ বিবেক গচকি
একো একোজন
দানৱলৈ ৰূপান্তৰ হওঁ
✍ খন্দকাৰ জাহাঙ্গীৰ আলম
Comments
Post a Comment