অসমীয়াৰ হেং দাং মামৰে ধৰিছে.....

বিবেক বন্দকত
ইন্দ্ৰিবৈকল্যতাত ভুগিছে
আজিৰ অসমীয়াই হেংদাং ধৰাৰ
ক্ষমতা হেৰাইছে

ৰাজনৈতিক মোহপাকত
বদনৰ আগত নত শিৰ
ৰাজনৈতিক সন্ত্ৰাসত
চলিবহি ধ্বংসযজ্ঞ চিৰাচিৰ

হেৰৌ অৱশাঙ্গীৰ দল, চাই থাক
অসমীয়া ভাষাৰ যেতিয়া বস্ত্ৰহৰণ হ'ব
অসমী আই জানো...?
নিৰ্ভয়ে পাৰিব শুব

       ✍খন্দকাৰ জাহাঙ্গীৰ আলম

Comments

Popular posts from this blog

দেৱানী প্ৰথা আৰু সমাজ

ক্ষুদ্ৰতম নদীদ্বীপ

মানুস হয়ে বেচে থাকি সবাই