চিৰসত্য

অনন্ত যাত্ৰাৰ বাবে-
মোক, আপোনাক, সকলোকে .....
আমন্ত্ৰন কৰা হ'ব !

হাজাৰ অনিচ্ছা থাকিলেও-
মোৰ , আপোনাৰ, সকলোৰে....
দোকান সামৰিব লাগিব l

Comments

Popular posts from this blog

দেৱানী প্ৰথা আৰু সমাজ

ক্ষুদ্ৰতম নদীদ্বীপ

মানুস হয়ে বেচে থাকি সবাই