স্তৱক

তুমি ছাগৈ! মৰহি যোৱা ফুলেৰে বিষাদৰ মালা গাঁথি,
শ্ৰদ্ধাঞ্জলি যাঁচিবলৈ অপেক্ষাৰতl
মই যে এতিয়া, অনন্ত পথৰ পথযাত্ৰী
-কথা দিছিলো জীৱন পথৰ সংগী হ'ম
জীৱনে-মৰণে
প্ৰেমৰ স্বৰ্গত বাস কৰিম সয়নে-সপোনে

✍খন্দ: জাহাঙ্গীৰ আলম

Comments

Popular posts from this blog

দেৱানী প্ৰথা আৰু সমাজ

ক্ষুদ্ৰতম নদীদ্বীপ

মানুস হয়ে বেচে থাকি সবাই