দুপৰনিশাত

দু - দুচকু মোৰ সেমেকি আহে
প - পজাটিতে দুখৰ ধুমুহা নামে
ৰ - ৰজনীৰ নীৰৱ কোলাত তুমি
নি - নিদ্ৰাত বিভোৰহৈ পৰিছা ঢলি
শা - শান্তিৰে মই শুভ পৰা নাই
ত - তথাপি তোমাক বুজিব দিয়া নাই

Comments

Popular posts from this blog

দেৱানী প্ৰথা আৰু সমাজ

ক্ষুদ্ৰতম নদীদ্বীপ

মানুস হয়ে বেচে থাকি সবাই