উদাসী মনত বিষাদৰ মেলা

উ- উভতি চোৱা
দা- দাগ নহয় এয়া,অন্তৰ ফাট মেলিছে চাই যোৱা
সী- সীমাহীন বেদনা

ম- মৰমৰ বাহিৰে হয়তো দিবলগীয়া মোৰ একোৱেই নাছিল,
ন- নম্ৰতা, ভদ্ৰতা, সততা.... তোমাৰ বাবে মূল্যহীন আছিল
ত- তৎপৰতা মোৰে আছিল তোমাক পাবলৈ

বি- বিমুখ হৈছিলা প্ৰেমত
ষা- ষোল্ল বছৰীয়া অতীত পৰেনে মনত
দা- দাম নাছিল সিদিনা, মোৰ সঁচা প্ৰেমৰ
ৰ- ৰংচঙীয়া জীৱন আৰু অৰ্থালঙ্কাৰৰ বাবে

মে- মেলি দিছিলা ডেউকা মনৰ
লা- লাভ তোমাৰ আছিল, লোকচান হ'ল মোৰ

    ✍খন্দকাৰ জাহাঙ্গীৰ আলম

Comments

Popular posts from this blog

দেৱানী প্ৰথা আৰু সমাজ

ক্ষুদ্ৰতম নদীদ্বীপ

মানুস হয়ে বেচে থাকি সবাই