Posts

Showing posts from June, 2018

তেজৰ ৰং

ছিদ্ৰ আকাশেদি সৰিছে মুঠি মুঠি নিসংগ কুঁৱলি মানৱতাৰ চিকাৰ হোৱা এখনি মৃত চহৰ য'ত আছিল কিছু অমানুহৰ বসতি সিহঁতে ভাৱিছিল- সিহঁতৰ তেজ ৰঙা নীলা হালধীয়া.... ধৰ্মই ৰং চিনে, বিবেকে ...

ওৰা বিদেশী

সাৰাদিন ৰইদপোৰা গৰমে ; শৰীৰ থিকা ঘাম বাইৰাইতাছে , তাইত্তে বটেৰ তলে বইছি ; তৰ দেহা ঠাণ্ডা পৰলে , আমাৰো পৰে / তাইলে অ'ৰা কয় কে? এইদেশ আমাগো ' অ'ৰা বিদেশী / ঐ জোৎস্না ডা ৰাইতে পোহৰ দেয...

বিপ্লৱ

তোমৰা দাসত্বমনা ; গোলামী কৰো l চে গুৱেভাৰা অইয়োনা , মাইনসে তোমাৰে নাস্তিক বানাইবো l অখিলেৰ মতো প্ৰতিবাদী অইয়োনা ৰাষ্ট্ৰদ্ৰোহ কেচে বন্দী কৰবো কাজী নীলেৰ কবিতা পইৰোনা ; ব...

চিৎকাৰ শুনো কি?

আমি নাকি পথভ্ৰষ্ট কাৰণ আমি মিছিল বাইৰ কৰি যদি গুলি কইৰা আমাৰ বুকটা ঝাৰা ঝাৰা কৰে আৰ আমি যদি মৃত্যুশয্যায় শয়ন কৰি বাৰীতে লাশটা পৌছাইয়ো হয়তোবা, মা বইয়া থাকপো ভাত বাই...

অহেতুক

আঙুলিৰ ফাকত ছিগাৰেট, -আৰু মুখত ধোৱাবোৰ পাক লগাই আমেজ লোৱা যুৱক আমি ll DSLR  ৰ  নিষ্প্ৰভ পশ্চাতীয় ছবি, -আপলোডাই নটিফিকেচনৰ অপেক্ষাৰত ফেচবুকিয়ান আমি ll     ✍খন্দকাৰ জাহাঙ্গীৰ আ...

অতীত ৰোমন্থণৰ অশ্ৰু

পাহৰো বুলিও পাহৰিব নোৱাৰো , সজীৱ স্মৃতিবোৰ ৰোমন্থণ কৰি ফুৰো l এৰি অহা সময়বোৰ উভতি নাহে , মাথো বেদনাবোৰে উকি মাৰে l মনৰ আকাশখনত এতিয়া ধ্ৰুৱতৰা নোলায় ; - কেতিয়াও নোলায় l মে...

উদাসী মনত বিষাদৰ মেলা

উ- উভতি চোৱা দা- দাগ নহয় এয়া,অন্তৰ ফাট মেলিছে চাই যোৱা সী- সীমাহীন বেদনা ম- মৰমৰ বাহিৰে হয়তো দিবলগীয়া মোৰ একোৱেই নাছিল, ন- নম্ৰতা, ভদ্ৰতা, সততা.... তোমাৰ বাবে মূল্যহীন আছিল ত- ...

দুপৰনিশাত

দু - দুচকু মোৰ সেমেকি আহে প - পজাটিতে দুখৰ ধুমুহা নামে ৰ - ৰজনীৰ নীৰৱ কোলাত তুমি নি - নিদ্ৰাত বিভোৰহৈ পৰিছা ঢলি শা - শান্তিৰে মই শুভ পৰা নাই ত - তথাপি তোমাক বুজিব দিয়া নাই

গণতন্ত্ৰৰ স্বৰূপ

ফটা মলিন বস্ত্ৰ পৰিহিত ; আস্থান ৰাস্তাৰ দাঁতিত , ঘৰ বুলিলে এখন জুপুৰী , চাল বুলিলে দুৰৰে আকাশখনি / ডিভাইডাৰ ওপৰত ফটা কেথাৰে অঙ্গ আঁৱৰি ; নিজকে নিদ্ৰামগ্ন কৰি , পাৰ কৰে কষ্টৰ ৰ...

বিষ সাদৃশ্য বিষাদ

আন্ধাৰৰ উপস্থিতিত অৰ্ধ উলংঘ জোনটো অন্তৰ্হিত হ'ল ঘোৰ অন্ধকাৰৰ আঁউসীৰ ৰাতি ছাঁটোয়ে দেখোন সংগ এৰিলে সাৰুৱা কষ্ট-বেদনাবোৰে পচন ধৰায় জীৱনৰ সুখবোৰ নি:সংগ মনৰ ফটকত কোনোব...

অবাঞ্চিত প্রশ্ন

অনুৰ্বৰ বুকুত ; শুষ্ক মৰূদ্যান । পলসে পলসুৱা কৰে কোনে ? প্ৰবঞ্চিত হৃদয়ৰ ; বিননি বিচ্ছেদৰ‌ । বিষাদবোৰ আঁতৰায় কোনে ?                ✍ খন্দকাৰ জাহাংগীৰ আলম

স্তৱক

তুমি ছাগৈ! মৰহি যোৱা ফুলেৰে বিষাদৰ মালা গাঁথি, শ্ৰদ্ধাঞ্জলি যাঁচিবলৈ অপেক্ষাৰতl মই যে এতিয়া, অনন্ত পথৰ পথযাত্ৰী -কথা দিছিলো জীৱন পথৰ সংগী হ'ম জীৱনে-মৰণে প্ৰেমৰ স্বৰ্গত ব...

কৃষক বিড়াম্বনা

সহৰেৰ আভিজাত্যৰা শান্তিৰ নিদ্ৰায় বিভোৰ তিলমান কষ্টেৰ চিন ছাপ নাই ভোৰ অইলেই গ্ৰাম বস্তিতে নাইমা আহে খিদাৰ জ্বালা, কোলায় জমা থাকেনা অন্নদানা আইসালে হাড়ি উঠে কেমনে ল...

বিষাদের গান

হাসির পচ্ছাৎ এ সুখগুলো, দুখের সাগরে বাসে ll চোখে জল ফুরাইয়া গেলো, নীরবে বেদনার ঝড় বুকের মধ্যে ঠাসে ll নিশি কাটে প্ৰহর আসে, চেয়ে থাকি দিন রাত ll দুখের পরে সুখ আসবে, কতকাল দুখের স...

চিৰসত্য

অনন্ত যাত্ৰাৰ বাবে- মোক, আপোনাক, সকলোকে ..... আমন্ত্ৰন কৰা হ'ব ! হাজাৰ অনিচ্ছা থাকিলেও- মোৰ , আপোনাৰ, সকলোৰে.... দোকান সামৰিব লাগিব l

বৰ্ণ কবিতা

কাহিলিপুৱাতে কুকুৰাৰ কলকলনি খদৌমদৌকৈ খাটৰ পৰা নামি গোটেই ৰাতি পেটৰ গণ্ডগোল, দৌৰিলো পায়খানালৈ ঘৰৰ বাহিৰত গৈছিলো ভোজলৈ ৰঙালাউৰ আঞ্জা, গেষ্ট্ৰিকৰ দোকান চলাথ মই পেটৰ ব...

অকথ্য

ৰোমাণ্টিক শব্দ গোইনা যতই ফেভিকুইক দিয়া জোৰা নাগাই, জোৰা লাগেনা, শব্দ খালি দৌৰাদৌৰি কৰে, মানে ধৰাই হাৰিনা আমি লেকপাৰ চাই ৰোমাণ্টিক কবিতা, আহে খালি চিক্কিৰ , -মানে বিষাদেৰ ...

শৈশৱক যদি উভতি চাওঁ

অভিযন্তাৰ মহাদৌৰ সাজি কাগজৰ নাওঁ ৰাস্তাৰ আৱদ্ধ বোকা পানীত মেলি দি পাৰ কৰিলো সোণোৱালী শৈশৱ ভৰ দুপৰত বগৰী বুটলি কোচত ভৰাই  মৰমতে বণ্টন কৰি পাৰ কৰিলো সোণোৱালী শৈশৱ কুঁহ...

কন্যাসন্তান

কোনোবাৰ বাবে কন্যাসন্তান অনাকাঙ্খিত ফচল সেয়েতো পলিথিনত মেৰিয়াই পেলাই থৈ যায় উইলিয়াম শ্বেক্সপ্যাৰৰ মতে- নাৰীৰ প্ৰসৱ এক তৃপ্তিকৰ বেদনা ......কিন্তু সৌ কদৰ্যময় নলা -আ...

জীৱন পথ

আমি চলতেছি কোন গলিতে, নাই আমার জানা !!! পথে নেমেছি অনন্ত যাত্ৰাতে; নাই কোনো ঠিকানা, কখনো বটের তলাতে, কখনো কৃষ্ণচূড়ার তলায়, জিরাতে থাকি এদেহের অস্থিরতা, দূর করার আশায় l ঠিক য...

ভদ্রবেশী বর্বৰতা

ৰচনা  #দিলীপ দাশ তাৰিখ # 11.02.18 ****************** তোমালোক দেখাত ভদ্র মুখা পিন্ধি । ভাৱিছা , কোনেও নকব বলাৎকাৰী ভদ্রবেশী মুখখন চাই ।। চাৰি বছৰৰ কিশোৰী দেখিলেও তোমালোকৰ যৌনক্ষুধা উতলি উঠে। কল...

ব্যর্থতা

রোমাণ্টিক শব্দ গুলো যতই আঠা দিয়ে জোরতে চাই, জোরা তো লাগেনা, শব্দগুলো এলোমেলো হয়ে যায় , ধরতে পারচ্ছিনা আমি লেখতে ইচ্ছে করি রোমাণ্টিক কবিতা, দু:খের নিশ্বাসে, সুখগুলো নিব...

সময়

ভঙা পজাটিৰ নগ্ন বেৰত উলমা ঘড়ীটোত কত বৰ্তমান অতীত হ'ল সময়বোৰ বাগৰি গৈ তেতিয়া চুলিবোৰ ক'লা আছিল এতিয়া শুভ্ৰতাই পাইছে অতবছৰে কোনেও নেদেখা ভৱিষ্যত অনাশ্য লৈ ফুৰিছে ঘড়ী...

বিদেশীৰ বদনাম

স্বদেশীৰ প্ৰমাণ লাগে যদি নথিবোৰ সাঁচি ৰখা আছে সযঁতনে ....... -চাই যোৱা বুঢ়া লুইতৰ পাৰ খহি আমাৰ পূৰ্বজৰ দুশবছৰীয়া কবৰ জীৱাষ্মবোৰ গৈছে উটি ভাহি মিছা হ'লে, ডিএনএ পৰীক্ষা কৰা সৌ...

মই এটি নিশাচৰ হৈ পৰো

মই এটি নিশাচৰ হৈ পৰো নৈসৰ্গিক আকুলতা চহৰৰ বাস্তৱ ধুম-নাঙঠ আদিমতা দেখো ষ্ট্ৰীট লাইটৰ পোহৰ আৰু নিসংগতা দীৰ্ঘকায় ছাঁটোৰ সৈতে আলাপন কৰো ৰাতিৰ গৰ্ভাশয়ত নিদ্ৰাহীনতা জীৱ...

ফাগুনীৰ ফটা উঠৰ চুমা

বসুন্ধৰাৰ খৰাং বুকুতে চিৰাল ফটা উঠৰ এটি শুকান চুমা আঁকি দি যায় শুষ্কতাৰ মাজতো প্ৰাণোচ্ছল হৈ উঠে ফাগুনৰ  প্ৰথম পচোৱাৰ ফিৰফিৰীয়া বতাহজাকত বহাগৰ বতৰা পাই ধূলিৰ সৈতে ধ...

মৃত্যুৰ সতে যুঁজ

ক্ষুধাৰ্ত শগুণটোৱে, সন্মুখত আহাৰৰ গোন্ধ পাই ক্লান্তিৰ নিশ্বাস এৰিছে পিতাইয়ে সন্তানক বুকুত সাৱটি, প্ৰাণপনে দৌৰিছে পিঠপিছে মৃত্যুদূত, নাজানে ঠিক কিমান দূৰত কেৱল মুঠ...

বতাহত মৰাশৰ গোন্ধ

আজিও মৰাশৰ গোন্ধ পাওঁ এতিয়াওঁ মাটিত নগ্ননৃত্য দেখো শুনো ধৰ্ষিতাৰ আৰ্তনাত মোৰ সপোনত এই দেশ পাহৰি গৈছে সেই দু:স্বপ্নৰ ৰাতি, সেই ৰক্তাক্ত সময় বতাহত মৰাশৰ গোন্ধ ভাহে মাট...

ৰূপান্তৰ

দানৱবোৰে যেতিয়া ক্ৰুৰতাৰ সৈতে কংক্ৰিটৰ দেৱাল ফালি তাণ্ডৱ নৃত্য কৰে আমাৰ অৱয়ববোৰ গলি জুলীয়া হৈ মানৱতা চিপ লৈ মৰে আৰু তেতিয়াই ক্ৰমশঃ আমি নিজ বিবেক গচকি একো একোজন দান...

তাই এজনী বেশ্যা

ঘুমন্ত চহৰৰ নিস্তব্দ নিষিদ্ধ গলিত বিয়াগোম বৰেণ্যব্যক্তিৰ পদচিহ্ন সমাজপতি ৰাজনেতা আমোলা সিহঁতৰ পকেটত ক্ষুধাতুৰ দেহোপজীৱিনীৰ  অন্ন নুমাবলৈ যৌনতাৰ জুই অনিৰ্বান অ...

প্ৰতিবাদ

পাৰলে এগিয়ে আসো , ওৰা এগিয়ে আসছে l কাণ্ডাৰী হবে কে জাতেৰ ত্ৰাণে ; পাৰলে পাৰ চাপাও, বিপদেৰ ছুনামি ঢেউ, ছত্ৰভংগ হয়ে কেন পালাও l কেন পিছিয়ে যাও; বলীৰা দুৰ্বলীদেৰ ওপৰে অত্যাচ...

জীৱন প্ৰতিবিম্ব

দুখন আইনাৰ মাজত থিয় হৈ দৃষ্টি যিমান দূৰলৈ- অলেখ প্ৰতিবিম্ব.... প্ৰতিটো প্ৰতিবিম্বত একো একোটা চৰিত্ৰ ভাঁহে প্ৰথম প্ৰতিবিম্ব স্পষ্ট, যি নিৰ্ণায়ক শেষৰটো ধূসৰ, যি সংশ্লেষ...

অসমীয়াৰ হেং দাং মামৰে ধৰিছে.....

বিবেক বন্দকত ইন্দ্ৰিবৈকল্যতাত ভুগিছে আজিৰ অসমীয়াই হেংদাং ধৰাৰ ক্ষমতা হেৰাইছে ৰাজনৈতিক মোহপাকত বদনৰ আগত নত শিৰ ৰাজনৈতিক সন্ত্ৰাসত চলিবহি ধ্বংসযজ্ঞ চিৰাচিৰ হেৰৌ ...

মানৱ গলি কোনফালে ?

কোন দিশত মানৱ গলি সোৱে-বাওঁয়ে, দূৰ-দূৰলৈ ক'তো মানুহ দেখা নাই মনে যাব বিচাৰে- বিকলাংক ভাৱনাক গচকি বহুযোজন দূৰত স্বাৰ্থপৰতাৰ পদুলিত আৱদ্ধ আমি জান্তৱৰ অৰণ্যত মানৱতাৰ প্ৰ...

দেৱানী প্ৰথা আৰু সমাজ

মানুহ সামাজিক জীৱ হিচাপে সমাজৰ নিৰ্দিষ্ট কিছু নীতি নিয়মৰ বান্ধোনেৰে বান্ধ খুৱাই জীৱন পথ আগুৱাই নিয়ে,আমি সকলোৱে এক সুস্থ আৰু শৃংখল সামাজিক পৰিৱেশত থাকিব বিচাৰো; কিন্...