Posts

Showing posts from 2018

লুইতৰ পাৰৰ ৰণুৱা

Image

সূৰ্য নুঠা অভিশপ্ত উপত্যকা

Image
সূৰ্য নুঠা অভিশপ্ত উপত্যকা আৰু কোঙা সম্প্ৰদায় এটা লেৰেলি আছে অস্তিত্বহীনতাত কোনো কোনো চনৰ ইতিহাসৰ পাতবোৰ তেজত ভিজোৱা- তেজবৰণীয়া সূৰ্য নুঠা অভিশপ্ত উপত্যকা এটাত প্ৰাচীনতম বুলিলে একোৱেই নাথাকিব -অপবাদৰ বাহিৰে সময়ৰ কৰাল গ্ৰাসত বৰাক, বুঢ়ালুইত আৰু নদী-উপনদীৰ তাণ্ডৱতাত অসংৰক্ষিত খহনীয়া ইতিহাসবোৰ মৌনভাৱে ভাহি যায় অজান প্ৰান্তলৈ সম্প্ৰদায়টো তেতিয়াও তেজাল নাছিল; আৰু এতিয়াওঁ তেজহীনতা  ইতিকিং, উৎপীড়ন, অপবাদ, উন্মুক্ত গৰ্জন.....আদি  শব্দবোৰৰ চিনাকি গোন্ধ ;  ক্ৰমশ: এতিয়াওঁ চেলেকিছে হয়তো..... অপবাদৰ বোজাটো কিছু পৰিমাণে গৰুৰ শিঙৰ দৰে-ওপৰঞ্চি ওজনহীন পূৰ্বজসকলে সহি আহিছে এতিয়া আমি সহিম সূৰ্য নুঠা অভিশপ্ত উপত্যকা এটাত         ✍খন্দকাৰ জাহাঙ্গীৰ আলম         📱৯৬৭৮৭৬৯৫১০

ব্যৰ্থ প্ৰেমৰ ডায়েৰী

ব্যৰ্থ প্ৰেমৰ ডায়েৰী বহুদিন হ'ল- সূৰুয উঠা দেখা নাই সেয়েতো আঁউসীৰ আন্ধাৰ মোৰ সহযাত্ৰী প্ৰেম ভালপোৱা গেলি থাকিল প্ৰৱঞ্চনাৰ উত্তাপত প্ৰেমাত্মা দহি থাকিল নিউটনৰ বিপৰী...

নাৰীবাদ

নাৰীৰ প্ৰতিবাদৰ শব্দ জ্বলাই দিয়া হয়             জন্মৰ পাছতেই     নাৰীৰ কণ্ঠবোৰ আৱদ্ধ কৰা হয়          চাৰিবেৰৰ ভিতৰতেই       পুৰুষমনস্তত্বৰ যৌনদহনত          নিৰন্তৰ ...

বুৰবুৰণি

মোৰ ঘোষণাপত্ৰত সশব্দে কওঁ তাই মোৰ ভাবী প্ৰেয়সী ইম্প্ৰেছ কৰিব পাৰিলেই খাটাং, তাই মোৰ হ'ব বুকুত শিল বান্ধি হ'লেও অপেক্ষা কৰিম "তোমাক ভালপাওঁ" বুলি নোকোৱালৈকে মই পদুলি শুঙ...

যদি মই ঈশ্বৰ প্ৰদত্ত হওঁ

        (১) যদি মই ঈশ্বৰ প্ৰদত্ত হওঁ- পৃথিৱীৰ সমস্ত অমানুষিক ৰূপ স্থবিৰ কৰি দিব বিচাৰোঁ এটা অজৈৱ জড়ৰ দৰেই          (২) যদি মই ঈশ্বৰ প্ৰদত্ত হওঁ- ভাতৃত্বৰ ভগ্নস্তূপ বুটলি ভগ্ন...

বিদেশীৰ দাগ

Image
ভূমিষ্ঠৰ চিক্কিৰ শুইনা সুখেৰ স্বপ্ন ফললো কালু আৰ কাজলিৰ ঘৰে নৱজাতক সব দুখ্খো কষ্ট ভুললো ও জানেনা- ক্ষুব্ধ জন্মভূমিতে বড় অইয়া বিদেশী নামেৰ বোজা টানতে অইবো এইডা জন্মস...

স্তৱক

জোন বেলি তৰা        আনিব নোৱাৰিম             মই প্ৰেমিক নহয় মিছা অনুভৱৰ মালা    গাঁথিব নোৱাৰিম              মই কবি নহয়

অৱকাশ ক'ত

ফেচকুৰি ওলোৱা টোপনি আৰু কিমান দিন ফেৰুৱাৰ দৰে ফেকুন্দা হৈ ফুৰিবি আৰু কিমান দিন ফেৰেঙণিৰ ফাকত পৰি কেহাবি এদিন নহয় এদিন ফেৰিয়াফেৰিত ফেকুৰিবি সমুখত পৰি ৰৈছে দিন ফেঁচা...

ক্ষুদ্ৰতম নদীদ্বীপ

কুৰুৱা, অপৰীয়া আৰু ধলপুৰ পাহাৰ দৰং জিলাৰ ঐতিহ্য, ধলপুৰ আৰু অপৰীয়া পাহাৰ দুখন মুছলিম অধ্যুষিত এলেকাত অৱস্থিত, ধলপুৰ পাহাৰত হিন্দুসকলৰ বাবে শিৱ মন্দিৰ আৰু অপৰীয়া পাহা...

জীৱনবিন্যাস

এ খোদা  মোৰ শ্বাস প্ৰশ্বাস প্ৰতিনিয়ত জীয়াই থকা জীৱন তোমাৰেই আমানত ইহজগত পাহৰি এপিয়লা সুধা পাণ কৰি ভেজাল সাগৰত ডুবিছো মায়াময় ধৰাৰ মোহত পৰি জীৱন শলিতা পুৰি ছাই, আপো...

প্ৰেম বিষয়ক

১. প্ৰথম চাৱনিত আকৰ্ষণ, --প্ৰেম নহয় প্ৰেম বন্ধুত্বৰ গুটিৰ পৰা গজালি মেলে ২. আঁকোৰগোঁজ প্ৰেমিক ! ৰূহানি কুঞ্জবনত কল্পনাপুষ্পৰ মালা গাঁথে আৱাহ সংগীতৰ তালে তালে মৰমৰ প্ৰেয...

এই দ্যাশ

ভূমিষ্ঠৰ চিক্কিৰ শুইনা সুখেৰ স্বপ্ন ফললো কালু আৰ কাজলিৰ ঘৰে নৱজাতক সব দুখ্খো কষ্ট ভুললো ও জানেনা- ক্ষুব্ধ জন্মভূমিতে বড় অইয়া বিদেশী নামেৰ বোজা টানতে অইবো এইডা জন্মস...

প্ৰেম স্ফীতি

কেঁচা লাজুকা ওঁঠযুৰিত ৰঙীন উন্মনা শিখা লেশ চঞ্চলা হাঁহিটিত পমি নিজৰা বয় তীখা দুষ্টালি এপলক চাৱনিত মূছকঁছ খাই পৰে মায়াময় কলকণ্ঠী মাতত কালকূট, নিদ্ৰা কাঢ়ে লাহী পাহ...

তেজৰ ৰং

ছিদ্ৰ আকাশেদি সৰিছে মুঠি মুঠি নিসংগ কুঁৱলি মানৱতাৰ চিকাৰ হোৱা এখনি মৃত চহৰ য'ত আছিল কিছু অমানুহৰ বসতি সিহঁতে ভাৱিছিল- সিহঁতৰ তেজ ৰঙা নীলা হালধীয়া.... ধৰ্মই ৰং চিনে, বিবেকে ...

ওৰা বিদেশী

সাৰাদিন ৰইদপোৰা গৰমে ; শৰীৰ থিকা ঘাম বাইৰাইতাছে , তাইত্তে বটেৰ তলে বইছি ; তৰ দেহা ঠাণ্ডা পৰলে , আমাৰো পৰে / তাইলে অ'ৰা কয় কে? এইদেশ আমাগো ' অ'ৰা বিদেশী / ঐ জোৎস্না ডা ৰাইতে পোহৰ দেয...

বিপ্লৱ

তোমৰা দাসত্বমনা ; গোলামী কৰো l চে গুৱেভাৰা অইয়োনা , মাইনসে তোমাৰে নাস্তিক বানাইবো l অখিলেৰ মতো প্ৰতিবাদী অইয়োনা ৰাষ্ট্ৰদ্ৰোহ কেচে বন্দী কৰবো কাজী নীলেৰ কবিতা পইৰোনা ; ব...

চিৎকাৰ শুনো কি?

আমি নাকি পথভ্ৰষ্ট কাৰণ আমি মিছিল বাইৰ কৰি যদি গুলি কইৰা আমাৰ বুকটা ঝাৰা ঝাৰা কৰে আৰ আমি যদি মৃত্যুশয্যায় শয়ন কৰি বাৰীতে লাশটা পৌছাইয়ো হয়তোবা, মা বইয়া থাকপো ভাত বাই...

অহেতুক

আঙুলিৰ ফাকত ছিগাৰেট, -আৰু মুখত ধোৱাবোৰ পাক লগাই আমেজ লোৱা যুৱক আমি ll DSLR  ৰ  নিষ্প্ৰভ পশ্চাতীয় ছবি, -আপলোডাই নটিফিকেচনৰ অপেক্ষাৰত ফেচবুকিয়ান আমি ll     ✍খন্দকাৰ জাহাঙ্গীৰ আ...

অতীত ৰোমন্থণৰ অশ্ৰু

পাহৰো বুলিও পাহৰিব নোৱাৰো , সজীৱ স্মৃতিবোৰ ৰোমন্থণ কৰি ফুৰো l এৰি অহা সময়বোৰ উভতি নাহে , মাথো বেদনাবোৰে উকি মাৰে l মনৰ আকাশখনত এতিয়া ধ্ৰুৱতৰা নোলায় ; - কেতিয়াও নোলায় l মে...

উদাসী মনত বিষাদৰ মেলা

উ- উভতি চোৱা দা- দাগ নহয় এয়া,অন্তৰ ফাট মেলিছে চাই যোৱা সী- সীমাহীন বেদনা ম- মৰমৰ বাহিৰে হয়তো দিবলগীয়া মোৰ একোৱেই নাছিল, ন- নম্ৰতা, ভদ্ৰতা, সততা.... তোমাৰ বাবে মূল্যহীন আছিল ত- ...

দুপৰনিশাত

দু - দুচকু মোৰ সেমেকি আহে প - পজাটিতে দুখৰ ধুমুহা নামে ৰ - ৰজনীৰ নীৰৱ কোলাত তুমি নি - নিদ্ৰাত বিভোৰহৈ পৰিছা ঢলি শা - শান্তিৰে মই শুভ পৰা নাই ত - তথাপি তোমাক বুজিব দিয়া নাই

গণতন্ত্ৰৰ স্বৰূপ

ফটা মলিন বস্ত্ৰ পৰিহিত ; আস্থান ৰাস্তাৰ দাঁতিত , ঘৰ বুলিলে এখন জুপুৰী , চাল বুলিলে দুৰৰে আকাশখনি / ডিভাইডাৰ ওপৰত ফটা কেথাৰে অঙ্গ আঁৱৰি ; নিজকে নিদ্ৰামগ্ন কৰি , পাৰ কৰে কষ্টৰ ৰ...

বিষ সাদৃশ্য বিষাদ

আন্ধাৰৰ উপস্থিতিত অৰ্ধ উলংঘ জোনটো অন্তৰ্হিত হ'ল ঘোৰ অন্ধকাৰৰ আঁউসীৰ ৰাতি ছাঁটোয়ে দেখোন সংগ এৰিলে সাৰুৱা কষ্ট-বেদনাবোৰে পচন ধৰায় জীৱনৰ সুখবোৰ নি:সংগ মনৰ ফটকত কোনোব...

অবাঞ্চিত প্রশ্ন

অনুৰ্বৰ বুকুত ; শুষ্ক মৰূদ্যান । পলসে পলসুৱা কৰে কোনে ? প্ৰবঞ্চিত হৃদয়ৰ ; বিননি বিচ্ছেদৰ‌ । বিষাদবোৰ আঁতৰায় কোনে ?                ✍ খন্দকাৰ জাহাংগীৰ আলম

স্তৱক

তুমি ছাগৈ! মৰহি যোৱা ফুলেৰে বিষাদৰ মালা গাঁথি, শ্ৰদ্ধাঞ্জলি যাঁচিবলৈ অপেক্ষাৰতl মই যে এতিয়া, অনন্ত পথৰ পথযাত্ৰী -কথা দিছিলো জীৱন পথৰ সংগী হ'ম জীৱনে-মৰণে প্ৰেমৰ স্বৰ্গত ব...

কৃষক বিড়াম্বনা

সহৰেৰ আভিজাত্যৰা শান্তিৰ নিদ্ৰায় বিভোৰ তিলমান কষ্টেৰ চিন ছাপ নাই ভোৰ অইলেই গ্ৰাম বস্তিতে নাইমা আহে খিদাৰ জ্বালা, কোলায় জমা থাকেনা অন্নদানা আইসালে হাড়ি উঠে কেমনে ল...

বিষাদের গান

হাসির পচ্ছাৎ এ সুখগুলো, দুখের সাগরে বাসে ll চোখে জল ফুরাইয়া গেলো, নীরবে বেদনার ঝড় বুকের মধ্যে ঠাসে ll নিশি কাটে প্ৰহর আসে, চেয়ে থাকি দিন রাত ll দুখের পরে সুখ আসবে, কতকাল দুখের স...

চিৰসত্য

অনন্ত যাত্ৰাৰ বাবে- মোক, আপোনাক, সকলোকে ..... আমন্ত্ৰন কৰা হ'ব ! হাজাৰ অনিচ্ছা থাকিলেও- মোৰ , আপোনাৰ, সকলোৰে.... দোকান সামৰিব লাগিব l

বৰ্ণ কবিতা

কাহিলিপুৱাতে কুকুৰাৰ কলকলনি খদৌমদৌকৈ খাটৰ পৰা নামি গোটেই ৰাতি পেটৰ গণ্ডগোল, দৌৰিলো পায়খানালৈ ঘৰৰ বাহিৰত গৈছিলো ভোজলৈ ৰঙালাউৰ আঞ্জা, গেষ্ট্ৰিকৰ দোকান চলাথ মই পেটৰ ব...

অকথ্য

ৰোমাণ্টিক শব্দ গোইনা যতই ফেভিকুইক দিয়া জোৰা নাগাই, জোৰা লাগেনা, শব্দ খালি দৌৰাদৌৰি কৰে, মানে ধৰাই হাৰিনা আমি লেকপাৰ চাই ৰোমাণ্টিক কবিতা, আহে খালি চিক্কিৰ , -মানে বিষাদেৰ ...

শৈশৱক যদি উভতি চাওঁ

অভিযন্তাৰ মহাদৌৰ সাজি কাগজৰ নাওঁ ৰাস্তাৰ আৱদ্ধ বোকা পানীত মেলি দি পাৰ কৰিলো সোণোৱালী শৈশৱ ভৰ দুপৰত বগৰী বুটলি কোচত ভৰাই  মৰমতে বণ্টন কৰি পাৰ কৰিলো সোণোৱালী শৈশৱ কুঁহ...

কন্যাসন্তান

কোনোবাৰ বাবে কন্যাসন্তান অনাকাঙ্খিত ফচল সেয়েতো পলিথিনত মেৰিয়াই পেলাই থৈ যায় উইলিয়াম শ্বেক্সপ্যাৰৰ মতে- নাৰীৰ প্ৰসৱ এক তৃপ্তিকৰ বেদনা ......কিন্তু সৌ কদৰ্যময় নলা -আ...