ওৰা বিদেশী

দিবাকৰেৰ দিনসৰ্বদা ৰদ্ৰে
গৰমে শৰীৰ থেকে ঘাম ছুটে
তাইতো বটেৰ তলে বসি
তৰ দেহা ঠাণ্ডা পৰলে
আমাৰো পৰে
তাহলে মানুস কেনো বলে
এদেশ আমাৰ
ওৰা বিদেশী

ঐ জোৎস্না টা ৰাত্ৰে পোহৰ দেয়
আন্ধাৰকে তাৰা কৰে
অই পোহৰ কাৰ
সৃষ্টিকৰ্তাৰ সৃষ্টি
তৰ আমাৰ সবাৰি
তাহলে মানুসে বলে কেন
এদেশ আমাৰ
ওৰা বিদেশী

এ মাটি আমাৰ
অই নিলিম আকাশ কাৰ
তৰ না আমাৰ
নিশ্চয় সবাৰি
তাহলে মানুস বলে কেন
এদেশ আমাৰ
ওৰা বিদেশী

তৰ আৰ আমাৰ গ্ৰামতো একটাই
তৰ বাৰীতে বৃষ্টি পৰলে
আমাৰ বাৰীও পৰে
অই জলেৰ সান্নিধ্য পেয়েই
গ্ৰামেৰ ঘাস ফুল হেসে উঠে
তাহলে মানুস বলে কেন
এদেশ আমাৰ
ওৰা বিদেশী

তৰ জন্যে কোকিল ডাকে
আমাৰ জন্যে কি ডাকেনা
আমিও যে শুনতে পাই
ঐ যে আম গাছেৰ ডালে বসে ডাকছে --
কালু মিঞাঁ.... কোথায় যাওঁ, এদেশ তোমাৰ
তাইলে মানুস কেনো বলে
এদেশ আমাৰ
ওৰা বিদেশী

সিহঁত বিদেশী
দিবাকৰৰ দিনসৰ্বদা ৰ'দত
গৰমত শৰীৰৰ পৰা ঘাঁম ওলাইছে
সেয়েতো আহঁতৰ তলত বহিছো
তোৰ দেহা জুৰ পৰিলে
মোৰো পৰে
তেনেতে মানুহে কিয় কয়
এই দেশ আমাৰ
সিহঁত বিদেশী

সৌৱা জোনটোয়ে ৰাতিত পোহৰ দিয়ে
আৰু আন্ধাৰক খেদি পঠায়
সেই পোহৰ কাৰ
সৃষ্টিকৰ্তাৰ সৃষ্টি
তোৰে মোৰে সকলোৰে
তেন্তে মানুহে কিয় কয়?
এই দেশ আমাৰ
সিহঁত বিদেশী

এই মাটি আমাৰ
সৌ নিলীম আকাশ কাৰ
তোৰ নে মোৰ
নিশ্চয় সকলোৰে
তেন্তে মানুহে কিয় কয়?
এই দেশ আমাৰ
সিহঁত বিদেশী

আমাৰ একেই গাঁও
তোৰ বৰষুণ পৰিলে
মোৰ ঘৰতো পৰে
সেই বৰষুণৰ পানীটোপালৰ সান্নিধ্যেত
গাঁৱৰ ঘাঁহ ফুল উথলি উঠে
তেন্তে মানুহে কিয় কয়
এই দেশ আমাৰ
সিহঁত বিদেশী

তোক কুলিয়ে মাতে
মোক নামাতে নেকি?
সৌৱা আম গছত বহি মাতিছে
কালু মিঞা- ক'তে যোৱা,
এই দেশ তোমাৰ
তেন্তে মানুহে কিয় কয়
এই দেশ আমাৰ
সিহঁত বিদেশী

Comments

Popular posts from this blog

দেৱানী প্ৰথা আৰু সমাজ

ক্ষুদ্ৰতম নদীদ্বীপ

মানুস হয়ে বেচে থাকি সবাই