ব্ৰক্ষ্মপুত্ৰৰ তাণ্ডৱ নৃত্য
ব্ৰক্ষ্মপুত্ৰ আৰু নানাচিবি ঐ ;
তোৰ নৃত্যৰ ঢৌ-তালে;
........................................... বলিয়া হৈ ,
আকাশৰ বৰষুণে আহি ;
তোৰ বুকুতেই পৰে l
-আৰু নানাচিবি তই ,
তোৰ নৃত্যৰ তাণ্ডৱে ;
অন্তৰত কঁপনি তোলে ঐ l
উৰুলি যোৱা পজাটি ;
কিয় তল কৰিবি ?
পজাটিয়ে সম্বল মোৰে l
খন্দকাৰ জাহাঙ্গীৰ আলম
Comments
Post a Comment