দ্বীন দয়াল

................................ আই আই আই,
দ্বীন দয়ালৰ দৰদী দেখুৱাই;
দিনে-ৰাতিয়ে দন্দ দেখিছে ,
হিমন্ত হীনমন্যতাত হয়তোবা হাঁহিছে l
.............................. মেলা মেলা মেলা,
প্ৰতিকৃতি পুতলা;
জনতাই জ্বলাব ,
কোনোবাই কিলাব l
সময়ত সোধৰিবি ;
মৰিয়াই মৰিবি l
         খন্দকাৰ  জাহাঙ্গীৰ আলম

#দয়াল_দয়া_দেখুওৱা

Comments

Popular posts from this blog

দেৱানী প্ৰথা আৰু সমাজ

ক্ষুদ্ৰতম নদীদ্বীপ

মানুস হয়ে বেচে থাকি সবাই