Posts

আমি বন্দী জনতা

গণতন্ত্ৰত মন্ত্ৰমুগ্ধ আমি বন্দী জনতা ঘৰৰ পৰা ওলালেই চিন্তিত হয় মা, দেউতা - যদি মোৰ নামটো নাৎসী বাহিনীৰ বুলেটত লিখা থাকে ....... আৰু সিহঁতে যদি মোৰ বুকু, গুলিয়াই ছিদ্ৰ ছিদ্ৰ ক...

অতীত

কবৰ খান্দি মই মোৰ পূৰ্বজন্মৰ জীৱাষ্ম ওলাই আনো দেখিলো দুইশ বছৰৰ গোলামীত ভাঁজ হৈ গৈছে মোৰ মেৰুদণ্ড মোৰ বুকুৰ ভিতৰত মাটিৰ ভিজা গোন্ধ হাতৰ মুঠিত  নাঙলৰ ভগ্নাংশ কবৰ খান্দি ...

ব্ৰক্ষ্মপুত্ৰৰ তাণ্ডৱ নৃত্য

ব্ৰক্ষ্মপুত্ৰ আৰু নানাচিবি ঐ ; তোৰ নৃত্যৰ ঢৌ-তালে; ........................................... বলিয়া হৈ , আকাশৰ বৰষুণে আহি ; তোৰ বুকুতেই পৰে l -আৰু নানাচিবি তই , তোৰ নৃত্যৰ তাণ্ডৱে ; অন্তৰত কঁপনি তোলে ঐ l উৰুলি যোৱা ...

সপোন_দিঠগত

অতীতৰ বেদনাবোৰে ;      অন্তৰত টুকুৰিয়াই থাকে l           টোপনি আহিলে,               মাথো সপোনে টোপনি ভাঙে l ৰাতিৰ এন্ধাৰে;   অকলশৰীয়া মনে !     ভাৱি থাকোতে,         দিঠগতো তোম...

বিস্বাদৰ বেদনা সপোন-দিঠকৰ *************************

উপস্থিত বিস্বাদ বেদনাবোৰে ; অন্তৰত খুন্দিয়াই থাকে l  চিলমিলীয়া টোপনি আহো নাহোতে, বিষণ্ণতাই হাতবাউলী মাতে l বিভীষীকাময় অমানিশাৰ ৰাতিবোৰে; ভৱিষ্যতৰ সুখ বিমৰ্দন কৰে l ...

অপ্সৰাৰ ৰূপ কথা

তুমি ধৰাৰ মনোহৰা, কতজন তোমাৰ ৰূপ মাধূৰ্যত আপোন পাহৰা l কতজনৰ মনোৰাজ্যত কৰাহি বাস , তোমাৰ সান্নিধ্য বিচাৰি পায় জীৱনৰ সুবাস l অতীব তন্ময়েৰে তোমাৰ মুখাৱৰণ , দৃষ্টি নিক্ষেপ...

অবাঞ্চিত প্ৰশ্ন

Image
শুষ্ক মৰু অনুৰ্বৰ ; তথা মৰূদ্যান স্থিত, পলসে পলসুৱা কৰে কোনে ? প্ৰবঞ্চিত হৃদয় কোঠাৰ ; বিচ্ছেদৰ বিননি, বিষাদবোৰ আঁতৰায় কোনে ?                   খন্দকাৰ জাহাংগীৰ আলম