Posts

সপোন স্মৃতিৰ কোলাত ^^^^^^^^^^^^^^^^^^^^^^^^^

Image
অতীততক সোঁৱৰি ; কিয় মই ক্লান্ত আজি ? কুৱঁলিৰ কণাৰ মাজত বিলীন গৈছে ; বাৰে বাৰে যতনাইছো মনত পেলাবলৈহে , মাথো অস্পষ্ট ছবিবোৰে ৰিঙিয়াই মাতে ; স্মৃতিৰ ছবিবোৰ যে নেগেটিভৰ দৰে l শত চেষ্টাৰ শেষতো ; তোমাক পাহৰিব পৰা নাই l যৌৱনৰ সোণোৱালী সময়বোৰ ; বৈছিল নিৰন্তৰ l দুৱৰি বনত বহি দুয়ো ; ৰচিছিলো ভৱিষ্যতৰ ৰঙীন সপোন l তুমি অবিহনে- প্ৰতিটো নিশা উজাগৰে পাৰ কৰো ; গাৰুত মুখ গুজি l দুচকুৰ লোতকেৰে ; অতীতত দেখা ভৱিষ্যতৰ সপোনবোৰ , -মচি যায় l                                          খন্দকাৰ জাহাঙ্গীৰ আলম

ধৰ্ষণ

আমি জীৱ শ্ৰেষ্ঠ, আমিয়েই কলংকিত l বিকৃত মগজুৰ নিকৃষ্ট চিন্তাই, কাম-বাসনা উত্তেজনাত... কলুষিত কৰিলি মানৱজাতিক ..... তোৰ তেজৰ প্ৰতিটো কণাত বৈছে সোত., দানৱ অথবা চয়তানৰ ৰক্তশ্ৰোত , ...

ওৰা বিদেশী

দিবাকৰেৰ দিনসৰ্বদা ৰদ্ৰে গৰমে শৰীৰ থেকে ঘাম ছুটে তাইতো বটেৰ তলে বসি তৰ দেহা ঠাণ্ডা পৰলে আমাৰো পৰে তাহলে মানুস কেনো বলে এদেশ আমাৰ ওৰা বিদেশী ঐ জোৎস্না টা ৰাত্ৰে পোহৰ দেয় আন্ধাৰকে তাৰা কৰে অই পোহৰ কাৰ সৃষ্টিকৰ্তাৰ সৃষ্টি তৰ আমাৰ সবাৰি তাহলে মানুসে বলে কেন এদেশ আমাৰ ওৰা বিদেশী এ মাটি আমাৰ অই নিলিম আকাশ কাৰ তৰ না আমাৰ নিশ্চয় সবাৰি তাহলে মানুস বলে কেন এদেশ আমাৰ ওৰা বিদেশী তৰ আৰ আমাৰ গ্ৰামতো একটাই তৰ বাৰীতে বৃষ্টি পৰলে আমাৰ বাৰীও পৰে অই জলেৰ সান্নিধ্য পেয়েই গ্ৰামেৰ ঘাস ফুল হেসে উঠে তাহলে মানুস বলে কেন এদেশ আমাৰ ওৰা বিদেশী তৰ জন্যে কোকিল ডাকে আমাৰ জন্যে কি ডাকেনা আমিও যে শুনতে পাই ঐ যে আম গাছেৰ ডালে বসে ডাকছে -- কালু মিঞাঁ.... কোথায় যাওঁ, এদেশ তোমাৰ তাইলে মানুস কেনো বলে এদেশ আমাৰ ওৰা বিদেশী সিহঁত বিদেশী দিবাকৰৰ দিনসৰ্বদা ৰ'দত গৰমত শৰীৰৰ পৰা ঘাঁম ওলাইছে সেয়েতো আহঁতৰ তলত বহিছো তোৰ দেহা জুৰ পৰিলে মোৰো পৰে তেনেতে মানুহে কিয় কয় এই দেশ আমাৰ সিহঁত বিদেশী সৌৱা জোনটোয়ে ৰাতিত পোহৰ দিয়ে আৰু আন্ধাৰক খেদি পঠায় সেই পোহৰ কাৰ সৃষ্টিকৰ্তাৰ সৃষ্ট...

ব্যস্ততাৰ পৰিসমাপ্তি বিচাৰি

ব্যস্ততা, তই বৰ হৃদয়হীন প্রকৃতিৰ সত্বাৰ পৰা আজুৰি অনা ক্ষণস্থায়ী মানৱ জীৱন মাথোঁ কোৰ্লাহালতেই উজাৰি দিলো ব্যস্ততা,তই বৰ হৃদয়হীন বন্ধ কুঠৰীত আৱদ্ধ হৈ থকা বৃদ্ধ মাতৃ ক্...

ভাই আইনহেৰ পোলা-মেয়া লেহা-পঢ়া কৰাইন

আইনহেৰ পোলা-মেয়া লেহা-পঢ়া কৰাইন, নইলে কিন্তু আইনহে ৰসাতলে গেলাইন l ঐযে পোলাডা চাৰ দোহানে থাহে, সাৰা দিন মানসেইৰ ফৰমাইচ কৰে l চাৰ দোহানে থুইচেন যে- পঢ়াইয়া হাৰবেন না পয়দ...

হাচানা কথাডা

তৰা কবে শিক্ষিত অবি কবে জাগবি তগো মাথায় কাঠোল ভাইংগা খায়তাছে কবে দিশা পাবি দেশেৰ সংবিধানে কি অধিকাৰ দিছে কি কৰ্তব্য কৰবাৰ কৈছে কবে জানবি এহনো বুজেনাই কথাডা হাচা কৈল...

অনুভৱ

                       ✍ বিল্লাল হুছেইন                         📱70350 99537 অনুভৱ মোৰ হৃদয়ৰ বাসনা নহয়, কল্পনাও নহয়..... জানানে তুমি...! অনুভৱ মোৰ যুগ-যুগান্ত লৈ ফুৰা এটি কলীয়া ডাৱৰ...... মোৰ আ...