ধৰ্ষণ

আমি জীৱ শ্ৰেষ্ঠ,
আমিয়েই কলংকিত l
বিকৃত মগজুৰ নিকৃষ্ট চিন্তাই,
কাম-বাসনা উত্তেজনাত...
কলুষিত কৰিলি মানৱজাতিক .....
তোৰ তেজৰ প্ৰতিটো কণাত বৈছে সোত.,
দানৱ অথবা চয়তানৰ ৰক্তশ্ৰোত ,
কিয় আজি অৰ্ণমাৰ আত্মাই কান্ধে....
কোনে জানে-
তাইৰ দেহক কিমান আছুৰিলি,
দয়া উপজা নাইনে ?
শুনিওঁ মৃত্যুৰ কিৰিলি
অই বলিয়া কুকুৰ হত, 
    ....................নাজন' নে?
ধৰ্ষণ মানৱ জাতিৰ নগ্ন কলংকিত ছবি l
          
                 ✍খন্দ: জাহাংগীৰ আলম
  

Comments

Popular posts from this blog

দেৱানী প্ৰথা আৰু সমাজ

ক্ষুদ্ৰতম নদীদ্বীপ

মানুস হয়ে বেচে থাকি সবাই