সপোন স্মৃতিৰ কোলাত ^^^^^^^^^^^^^^^^^^^^^^^^^
অতীততক সোঁৱৰি ;
কিয় মই ক্লান্ত আজি ?
কুৱঁলিৰ কণাৰ মাজত বিলীন গৈছে ;
বাৰে বাৰে যতনাইছো মনত পেলাবলৈহে ,
মাথো অস্পষ্ট ছবিবোৰে ৰিঙিয়াই মাতে ;
স্মৃতিৰ ছবিবোৰ যে নেগেটিভৰ দৰে l
শত চেষ্টাৰ শেষতো ;
তোমাক পাহৰিব পৰা নাই l
যৌৱনৰ সোণোৱালী সময়বোৰ ;
বৈছিল নিৰন্তৰ l
দুৱৰি বনত বহি দুয়ো ;
ৰচিছিলো ভৱিষ্যতৰ ৰঙীন সপোন l
তোমাক পাহৰিব পৰা নাই l
যৌৱনৰ সোণোৱালী সময়বোৰ ;
বৈছিল নিৰন্তৰ l
দুৱৰি বনত বহি দুয়ো ;
ৰচিছিলো ভৱিষ্যতৰ ৰঙীন সপোন l
Comments
Post a Comment