Posts

ভোক

১. ক্ষুধিতা আইৰ খৰাং স্তনযুগল পৃথিৱীয়ে কেতিয়াবাই চেপি উলিয়াইছে গাখীৰৰ শেষ টোপাল ২. একচিত্ত আত্মাৰ বিননি ভোকৰ তাড়নাত লেবেজান এদল পুষ্টিহীন শিশু আৰু সিহঁত পৃথিৱীৰ বোজা ৩. অকাল সৰা কুঁহিপাত প্ৰকৃতিৰ হৃদয়স্পৰ্শী নিয়ম জন্ম, জীৱন, মৃত্যু- অতি-সাধাৰণ ৪. মৰুৰ বুকুত ক্ষুধাৰ গৰ্জন ফালিব নোৱাৰে ধৰাৰ আকাশ নিগৰিতও নহয় পাষাণ পৃথিৱীৰ চকুলো ৫.         ভোকৰ প্ৰতীক অব্যক্ত নহয় -মলিন মূখ, জীৰ্ণ চেহেৰা আৰু পিঠিত লাগি থকা পেটটো ৬. ভোক! কেউদিশে অহৰ্নিশে  গুজৰি গুমৰি বিচাৰি ফুৰে ভোকাতুৰক -আৰু টকায় ধনীক          খন্দকাৰ জাহাঙ্গীৰ আলম

মানুস হয়ে বেচে থাকি সবাই

দুর্ভিক্ষে ভিতৰ কালা আমাগো জীবন, পৰিকল্পনায় গড়ি অস্থায়ী ভোজন। ক্ষুধাৰ বিকালে মন মিলাইয়া মন্দিৰ মছজিদে তাকাই, চইলা আহো দিনেৰ প্ৰহৰে ভোজন কৰি সবাই। কষ্টেৰ সন্ধ্যায়...

পিতাই

পিতাইৰ গোৰোহা ওলাই থকা ফটা চেণ্ডেল যোৰ প্ৰায়েই পৰি থাকিছিল চোতালত যি কাচিৎহে পিন্ধা দেখিছিলো যেতিয়া ভৰি হাত ধুইছিল- শোৱাৰ আগত পিতাইসকল- সন্তানৰ ভোকত সন্তাপিত, -কিছু ...

দ্বিচাৰিতা

নিকু আৰু এটি সৰু অনুৰোধ- আংকল এতিয়া আহিবলৈ নিদিবা চোন আমাৰ বস্তু খালি হোৱা নাই, দহ মিনিট মান দেৰিকৈ হব... নিকু ভাগ্যবান, কাৰণ- আজি মানুহবোৰ মানৱতাবাদী ভাওত আছে তেওঁৰ বাবে হঠ...

গৰম পিচেৰ দাগ একটা লিগেচি

তুমি ৫ ঘণ্টাত ৫০০ কি: মি যাওন লাগবো নাথাকে পথে কাটা পাতৰ আৰ গৰম পিচ পাছমুহি দেহাৰ সুযোগ দিবোনা 'লাক' চিনেমাৰ মতো আতে টেহা নাই , বিক্ৰী বাট্টাৰ জিনিস নাই মাইনসেৰ দুৱাৰে কৰ্জৰ ...

বহেমিয়ান (মিঞা দোৱান)

ভাৰ্জিনিটি বিচৰাইনা প্ৰেম পাৰ্কৰ গালিচায় হৈ চৈ মিলনেৰ ডায়েৰীৰ ছিৰা পাতায় আধুনিক প্ৰেম কাহিনী নিম্নবিত্ত স্বপ্ন কতজনেৰ ফলে নীড় ছাৰা পাখিৰ ভোৰেৰ কিচিৰমিচিৰ মনেপ্ৰ...

ডৰমেটৰী ভিলেজ (মিঞা দোৱান)

অভিশপ্ত পেৰালাইচড মনডা আজন্ম চুপচাপ দে যতই দেইক গালাগাল স্বপ্নেৰ মধ্যে দেহা গেলো পিপাসু বিশ্বে নিজেইতো নিজেৰ ৰক্ত গিলতাছে আৰ কুচকাৱাজ চলছে এলিভেটৰে চইৰা মধ্যযুগে য...