Posts
You Tube Thumbnail Maker
- Get link
- X
- Other Apps
YouTube Thumbnail Downloader Enter Your YouTube URL Below Get YouTube HD Thumbnails Video Thumbnail : Four Small Thumbnails (120x90) [ Download ] / [ Right click Save Image as ] / [ Copy the url ] Video Thumbnail : Medium Quality (320x180) [ Download ] / [ Right click Save Image as ] / [ Copy the url ] Video Thumbnail : High Quality (480x360) [ Download ] / [ Right click Save Image as ] / [ Copy the url ] ...
সূৰ্য নুঠা অভিশপ্ত উপত্যকা
- Get link
- X
- Other Apps

সূৰ্য নুঠা অভিশপ্ত উপত্যকা আৰু কোঙা সম্প্ৰদায় এটা লেৰেলি আছে অস্তিত্বহীনতাত কোনো কোনো চনৰ ইতিহাসৰ পাতবোৰ তেজত ভিজোৱা- তেজবৰণীয়া সূৰ্য নুঠা অভিশপ্ত উপত্যকা এটাত প্ৰাচীনতম বুলিলে একোৱেই নাথাকিব -অপবাদৰ বাহিৰে সময়ৰ কৰাল গ্ৰাসত বৰাক, বুঢ়ালুইত আৰু নদী-উপনদীৰ তাণ্ডৱতাত অসংৰক্ষিত খহনীয়া ইতিহাসবোৰ মৌনভাৱে ভাহি যায় অজান প্ৰান্তলৈ সম্প্ৰদায়টো তেতিয়াও তেজাল নাছিল; আৰু এতিয়াওঁ তেজহীনতা ইতিকিং, উৎপীড়ন, অপবাদ, উন্মুক্ত গৰ্জন.....আদি শব্দবোৰৰ চিনাকি গোন্ধ ; ক্ৰমশ: এতিয়াওঁ চেলেকিছে হয়তো..... অপবাদৰ বোজাটো কিছু পৰিমাণে গৰুৰ শিঙৰ দৰে-ওপৰঞ্চি ওজনহীন পূৰ্বজসকলে সহি আহিছে এতিয়া আমি সহিম সূৰ্য নুঠা অভিশপ্ত উপত্যকা এটাত ✍খন্দকাৰ জাহাঙ্গীৰ আলম 📱৯৬৭৮৭৬৯৫১০