বিলাপ


মই মন'গামী
অথবা আত্মত্যাগী
আৰু মোৰ আহুতি তুমি
অসমাপ্ত প্ৰেমৰ বেমানান কাহিনী
মই ভাৱাবেগি
অথবা প্ৰেমিক কবি
আৰু মোৰ অনন্ত কাব্য তুমি
অতৃপ্ত মনৰ অপৰূপ কামিনী
মই কৌতূহলী
অথবা অবুজ খেয়ালী
আৰু মোৰ আকূতি তুমি
তৰংগিত হবৰ মন অ' মোৰে তৰংগিণী
মই প্ৰণয়ী
অথবা প্ৰেমাকাংক্ষী
আৰু মোৰ অত্যাসক্তি তুমি
শুই থাকিবৰ মন তোৰে বুকুত নিৰৱধি
শুই থাকিবৰ মন তোৰে বুকুত নিৰৱধি

খন্দকাৰ জাহাঙ্গীৰ আলম

Comments

Popular posts from this blog

দেৱানী প্ৰথা আৰু সমাজ

মানুস হয়ে বেচে থাকি সবাই

ৰাংচাপাৰা (এখনি স্বচ্ছ গাঁও)