তেজৰ ৰং Get link Facebook X Pinterest Email Other Apps - June 25, 2018 ছিদ্ৰ আকাশেদি সৰিছে মুঠি মুঠি নিসংগ কুঁৱলি মানৱতাৰ চিকাৰ হোৱা এখনি মৃত চহৰ য'ত আছিল কিছু অমানুহৰ বসতি সিহঁতে ভাৱিছিল- সিহঁতৰ তেজ ৰঙা নীলা হালধীয়া.... ধৰ্মই ৰং চিনে, বিবেকে ... Read more
ওৰা বিদেশী Get link Facebook X Pinterest Email Other Apps - June 10, 2018 সাৰাদিন ৰইদপোৰা গৰমে ; শৰীৰ থিকা ঘাম বাইৰাইতাছে , তাইত্তে বটেৰ তলে বইছি ; তৰ দেহা ঠাণ্ডা পৰলে , আমাৰো পৰে / তাইলে অ'ৰা কয় কে? এইদেশ আমাগো ' অ'ৰা বিদেশী / ঐ জোৎস্না ডা ৰাইতে পোহৰ দেয... Read more
বিপ্লৱ Get link Facebook X Pinterest Email Other Apps - June 10, 2018 তোমৰা দাসত্বমনা ; গোলামী কৰো l চে গুৱেভাৰা অইয়োনা , মাইনসে তোমাৰে নাস্তিক বানাইবো l অখিলেৰ মতো প্ৰতিবাদী অইয়োনা ৰাষ্ট্ৰদ্ৰোহ কেচে বন্দী কৰবো কাজী নীলেৰ কবিতা পইৰোনা ; ব... Read more
চিৎকাৰ শুনো কি? Get link Facebook X Pinterest Email Other Apps - June 10, 2018 আমি নাকি পথভ্ৰষ্ট কাৰণ আমি মিছিল বাইৰ কৰি যদি গুলি কইৰা আমাৰ বুকটা ঝাৰা ঝাৰা কৰে আৰ আমি যদি মৃত্যুশয্যায় শয়ন কৰি বাৰীতে লাশটা পৌছাইয়ো হয়তোবা, মা বইয়া থাকপো ভাত বাই... Read more
অহেতুক Get link Facebook X Pinterest Email Other Apps - June 10, 2018 আঙুলিৰ ফাকত ছিগাৰেট, -আৰু মুখত ধোৱাবোৰ পাক লগাই আমেজ লোৱা যুৱক আমি ll DSLR ৰ নিষ্প্ৰভ পশ্চাতীয় ছবি, -আপলোডাই নটিফিকেচনৰ অপেক্ষাৰত ফেচবুকিয়ান আমি ll ✍খন্দকাৰ জাহাঙ্গীৰ আ... Read more
অতীত ৰোমন্থণৰ অশ্ৰু Get link Facebook X Pinterest Email Other Apps - June 10, 2018 পাহৰো বুলিও পাহৰিব নোৱাৰো , সজীৱ স্মৃতিবোৰ ৰোমন্থণ কৰি ফুৰো l এৰি অহা সময়বোৰ উভতি নাহে , মাথো বেদনাবোৰে উকি মাৰে l মনৰ আকাশখনত এতিয়া ধ্ৰুৱতৰা নোলায় ; - কেতিয়াও নোলায় l মে... Read more
উদাসী মনত বিষাদৰ মেলা Get link Facebook X Pinterest Email Other Apps - June 10, 2018 উ- উভতি চোৱা দা- দাগ নহয় এয়া,অন্তৰ ফাট মেলিছে চাই যোৱা সী- সীমাহীন বেদনা ম- মৰমৰ বাহিৰে হয়তো দিবলগীয়া মোৰ একোৱেই নাছিল, ন- নম্ৰতা, ভদ্ৰতা, সততা.... তোমাৰ বাবে মূল্যহীন আছিল ত- ... Read more