বিলাপ
১ মই মন'গামী অথবা আত্মত্যাগী আৰু মোৰ আহুতি তুমি অসমাপ্ত প্ৰেমৰ বেমানান কাহিনী ২ মই ভাৱাবেগি অথবা প্ৰেমিক কবি আৰু মোৰ অনন্ত কাব্য তুমি অতৃপ্ত মনৰ অপৰূপ কামিনী ৩ মই কৌতূহলী অথবা অবুজ খেয়ালী আৰু মোৰ আকূতি তুমি তৰংগিত হবৰ মন অ' মোৰে তৰংগিণী ৪ মই প্ৰণয়ী অথবা প্ৰেমাকাংক্ষী আৰু মোৰ অত্যাসক্তি তুমি শুই থাকিবৰ মন তোৰে বুকুত নিৰৱধি শুই থাকিবৰ মন তোৰে বুকুত নিৰৱধি খন্দকাৰ জাহাঙ্গীৰ আলম